Email :37
উইম্বলডনৰ মহিলা একক ফাইনেলত ১৯১১ চনৰ পিছত উইম্বলডনত প্ৰথমটো ‘ডাবল বেগেল’ অৰ্জন কৰি টেনিছ অনুৰাগীৰ হৃদয় জিনিবলৈ সফল হয় পোলেণ্ডৰ ইগা ছুয়াটেকে। ১২ জুলাই ২০২৫ ত আয়োজিত উইম্বলডনৰ মহিলা একক ফাইনেলত পোলেণ্ডৰ ইগা ছুয়াটেকে আমেৰিকাৰ এনিছিমোভাক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে।