Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,
Sign up to get update news about us. Don't be hasitate your email is safe.
আই এম ডি গেংটকৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ছিকিমত ৫ বছৰৰ তুলনাত ২০২৫ ৰ ১ জুনৰ পৰা ৮ জুলাইৰ ভিতৰত ৩৫% বৰষুণ হ্ৰাস পাইছে। ইয়াৰ ফলত কৃষি উৎপাদন, খোৱাপানীৰ উপলব্ধতা, আৰু সামগ্ৰিক পৰিৱেশৰ বহনক্ষমতা আদি বিষয়ত জটিলতা বৃদ্ধি হʼবলৈ ধৰিছে।
Your email address will not be published. Required fields are marked *