Email :27
আৰণ্যক আৰু হেল্প এইড ফাউণ্ডেশ্যনৰ উদ্যোগত, তথা উইপ্ৰ’ আৰ্থিয়ান সহযোগত এই তিনিদিনীয়া কৰ্মশালাত ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ বহন ক্ষমতাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হয়। নগৰীয়া পৰিৱেশ তন্ত্ৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া এই কৰ্মশালাত ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ লৈছিল।