Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • খেল
  • এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফীৰ অন্তিম টেষ্ট মেচত ৬ ৰানৰ আকৰ্ষণীয় জয়েৰে ইংলেণ্ডৰ বিপক্ষে টেষ্ট ছিৰিজত সমতা স্থাপন কৰে ।
খেল

এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফীৰ অন্তিম টেষ্ট মেচত ৬ ৰানৰ আকৰ্ষণীয় জয়েৰে ইংলেণ্ডৰ বিপক্ষে টেষ্ট ছিৰিজত সমতা স্থাপন কৰে ।

Email :13

মহম্মদ চিৰাজে পঞ্চম টেষ্টৰ অন্তিম দিনা ৫ টাকৈ উইকেট দখল কৰি চমক দিয়ে। পঞ্চম টেষ্টত ৬ ৰানত ভাৰতৰ জয় নিশ্চিত কৰাত মূল ভূমিকা গ্ৰহণ কৰা চিৰাজে #PlayeroftheMatch লাভ কৰে। মুঠ ৫ খন টেষ্ট মেচৰ ১ খন ড্ৰ আৰু ইংলেণ্ড আৰু আৰু ভাৰত উভয় দলেই ২ খনকৈ মেচত জয় লাভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts