Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • বিশ্ব
  • আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২৫% শুল্ক ঘোষণা।
বিশ্ব

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২৫% শুল্ক ঘোষণা।

Email :14

ভাৰত চৰকাৰে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ ফলত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ক্ষুণ্ণ হৈ পৰে। ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক ট্ৰাম্পে আৰোপ কৰিছে; এই পদক্ষেপৰ উদেশ্য হʼল ভাৰত চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰা। ভাৰত চৰকাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এই পদক্ষেপক অন্যায়, অযুক্তিকৰ বুলি সমালোচনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts