Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত থাকে গৰুখুঁটি বহুমুখী প্ৰকল্পত আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি কৰে।
অসম

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত থাকে গৰুখুঁটি বহুমুখী প্ৰকল্পত আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি কৰে।

Email :28

আজি গৰুখুঁটি কৃষি প্ৰকল্পত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ প্ৰকল্পটোৰ নৱনির্মিত ভাগৱত নামঘৰ,ৰঙ্গমঞ্চ, দলং, পশুপালন গৃহ, শুভ উদ্বোধনকে আদি কৰি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি কৰে ।

উক্ত অনুষ্ঠানত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী তথা প্ৰকল্পৰ কৃষি সৈনিকসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts