Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি নাগশংকৰ মন্দিৰৰ চাফাই অভিযান আৰু বৃক্ষ ৰোপন কাৰ্যসূচীত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

আজি নাগশংকৰ মন্দিৰৰ চাফাই অভিযান আৰু বৃক্ষ ৰোপন কাৰ্যসূচীত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :14

আজি পুৱা চতিয়াৰ ৩ নং গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত প্ৰতিনিধি তথা বিষয়ববীয়াসকলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰ প্ৰথমটো কাৰ্যসূচী হিচাপে চতিয়াৰ ঐতিহাসিক নাগশংকৰ মন্দিৰত চাফাই অভিযানৰ লগতে বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰে। উক্ত অনুষ্ঠানটিত উপস্থিত হৈ বিধায়ক পদ্ম হাজৰিকায়ো মন্দিৰ প্ৰাঙ্গনত এটি বকুল পুলি ৰোপন কৰাৰ লগতে প্ৰতিগৰাকী বিষয়ববীয়াই যাতে অনাগত দিনত ভালকৈ ৰাইজৰ হৈ কাম কৰি আগুৱাই যাব পাৰে তাৰ বাবে তেখেতে শুভেচ্ছা জ্ঞাপন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে শোণিতপুৰ জিলা পৰিষদৰ উপ সভাপতি হিতেশ বৰুৱা, চতিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ভাৰতী দাস, নাগশংকৰ মণ্ডলৰ সভাপতি জীৱন বৰা, ৩ নং গাঁও পঞ্চায়তৰ সভাপতি উদয় শংকৰ শইকীয়া, নাগশংকৰ মন্দিৰ পৰিচালনা কমিটিৰ বিষয়ববীয়া সকলৰ লগতে নাগশংকৰ অঞ্চলৰ ৰাইজ তথা আই মাতৃসকল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts