Email :16
এই অনুষ্ঠানত দক্ষিণ নদুৱাৰ মণ্ডল সভাপতি পৱিত্ৰ দাস, পাঁচমাইল পঞ্চায়তৰ তত্ত্বাবধায়ক বুলু আহমেদ, পাঁচমাইল পঞ্চায়তৰ সভানেত্ৰী জেচমিন বেগম, ইয়ং ব্লু ক্লাবৰ সভাপতি/ উপ সভাপতি/ সম্পাদক/ সদস্য সকল প্ৰমুখ্যে কৰি পাঁচমাইল অঞ্চলৰ বিভিন্ন দায়িত্বত থকা প্ৰতিনিধিবৰ্গসকল উপস্থিত আছিল।