Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি জামুগুৰিহাটৰ বাৰেচহৰীয়া প্ৰকল্পত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিলৈ নিৰ্বাচিতসকলৰ বাবে আয়োজিত হোৱা এক সজাগতা সভাত অংশগ্ৰহণ বিধায়ক পদ্ম হাজৰিকাৰ।
অসম

আজি জামুগুৰিহাটৰ বাৰেচহৰীয়া প্ৰকল্পত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিলৈ নিৰ্বাচিতসকলৰ বাবে আয়োজিত হোৱা এক সজাগতা সভাত অংশগ্ৰহণ বিধায়ক পদ্ম হাজৰিকাৰ।

Email :39

আজি জামুগুৰিহাটৰ বাৰেচহৰীয়া প্ৰকল্পত আয়োজিত এক সজাগতা সভাত উপস্থিত হৈ “Industry Department” ৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত যিসকল লোক নিৰ্বাচিত হৈছে তেওঁলোকক এই আঁচনিৰ বিভিন্ন দিশ সৰল ৰূপত উপস্থাপন কৰাৰ এক প্ৰয়াস কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই আচঁনিৰ বাকী থকা কামসমূহ সম্পূৰ্ণ কৰা হোৱাত, উক্ত আঁচনিয়ে যুৱক-যুৱতীসকলক কৰ্মমুখী কৰি তুলিব বুলি বিধায়কগৰাকীয়ে দৃঢ় বিশ্বাস প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts