কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত আজিৰ পৰা আৰম্ভ হোৱা দশম তথা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব। পৰীক্ষা আৰম্ভ ৰাতিপুৱা ১০ বাজি ৩০ মিনিটত হ’লেও পৰীক্ষা কেন্দ্ৰত ১০ বজাতেই উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে। এইবাৰ কেইবাটাও নতুন নীতি-নিয়মৰ মাজেদি এই পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।











