Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
অৰুণাচল প্ৰদেশ

অৰুণাচল প্ৰদেশত ৪৮৫টা আন্তঃগাঁথনি প্ৰকল্পৰ বাবে ৪,৬১৩ কোটি টকা অনুমোদন জনালে নাবাৰ্ডে।

Email :31

নাবাৰ্ডৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত ভাষণ প্ৰদান কৰি মহাপ্ৰবন্ধক দামোদৰ মিশ্ৰই অৰুণাচল প্ৰদেশৰ সৰ্বাংগীন বিকাশ আৰু বহনক্ষম গ্ৰাম্য উন্নয়নৰ প্ৰতি বেংকৰ দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰে। তেখেতে উল্লেখ কৰে আমি কেৱল আন্তঃগাঁথনিৰ বিত্তীয় সাহায্য প্ৰদান কৰাই নহয়, গ্ৰাম্য ঋণ পৰিকল্পনা, পিএচিএছৰ ডিজিটেলাইজেচন, ক্ষুদ্ৰ উদ্যোগৰ প্ৰসাৰ, আৰু জলবায়ুৰ প্ৰতি স্থিতিস্থাপক কৃষিকো আগুৱাই লৈ গৈছোঁ। এই অনুষ্ঠানত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক এছ কে নায়ক, সহযোগিতা বিভাগ, আৰ বি আই, এছ আই ডি বি আই, এন চি ডি চি, অৰুণাচল প্ৰদেশ গ্ৰাম্য বেংককে ধৰি গুৰুত্বপূৰ্ণ অংশীদাৰসকলে অংশগ্ৰহণ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts