Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত বন্যপ্ৰাণীৰ বাবে ফেন, এয়াৰ কুলাৰ ইত্যাদিৰ ব্যৱস্থা।
অসম

অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত বন্যপ্ৰাণীৰ বাবে ফেন, এয়াৰ কুলাৰ ইত্যাদিৰ ব্যৱস্থা।

Email :33

চিৰিয়াখানাখনৰ মুখ্য পশুপালক ৰজনী কান্ত ডেকাই অৱগত কৰা অনুসৰি বাঘৰ পিঞ্জৰাত এচি লগোৱা হৈছে। জীৱ-জন্তুৰ বাবে শ্বাৱাৰৰ ব্যৱস্থাও কৰা হৈছে। বৈদ্যুতিক ফেন, কুলাৰ, উন্নত হাইড্ৰেচনৰ দ্বাৰা জীৱ-জন্তুৰ যত্ন লʼবলৈ প্ৰয়াস হাতত লোৱা হৈছে। বৰ্তমান জীৱ-জন্তুবোৰে গৰমৰ মাজতো সুন্দৰকৈ আহাৰ গ্ৰহণ কৰি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts