Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • অসমৰ স্বাস্থ্য, পৰিয়াল কল্যাণ, তথা জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালৰ দ্বাৰা যোৱা ২৮ জুলাইত বিশ্বনাথ জিলাৰ চাৰিটা অঞ্চলৰ ২১৪৫টা পৰিয়ালক বন অধিকাৰ আইনৰ অধীনত ২১৪৫ টা পৰিয়ালক ভূমিৰ অধিকাৰৰ প্ৰমাণ পত্ৰ প্ৰদান।
অসম

অসমৰ স্বাস্থ্য, পৰিয়াল কল্যাণ, তথা জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালৰ দ্বাৰা যোৱা ২৮ জুলাইত বিশ্বনাথ জিলাৰ চাৰিটা অঞ্চলৰ ২১৪৫টা পৰিয়ালক বন অধিকাৰ আইনৰ অধীনত ২১৪৫ টা পৰিয়ালক ভূমিৰ অধিকাৰৰ প্ৰমাণ পত্ৰ প্ৰদান।

Email :25

বিশ্বনাথ জিলাৰ ২,১৪৫টা পৰিয়ালৈ আগবঢ়োৱা হʼল মাটিৰ পট্টা। উক্ত জিলাত এতিয়ালৈ ১২ হাজাৰ ভূমিৰ পট্টা জাৰি কৰা হৈছে। বিশ্বনাথত ১,৩৩৬ জন, গহপুৰত ১৫৭ জন, নদুৱাৰত ৫০৯ জন, আৰু বিহালীত ১৪৩ জন হিতাধিকাৰীলৈ এই সুবিধা দিয়া হৈছে যাতে বনাঞ্চলত বাস কৰা জনগোষ্ঠীসমূহক কোনেও বেদখলকাৰী বুলি অভিহিত কৰিব নোৱাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts