Email :15
ফেমিনা ইণ্ডিয়াৰ স্বাধীনতা দিৱসৰ বিশেষ সংস্কৰণৰ কভাৰত, ভাৰতীয় সেনাৰ আন ৯ গৰাকী মহিলা বিষয়াৰ সৈতে প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ মেজৰ দ্বীপন্নিতা কলিতাই স্থান লাভ কৰাটো অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয়। অসমৰ ঢেকীয়াজুলিৰ নিবাসী কলিতাই ভাৰতীয় সেনাৰ পেৰাচুট মেডিকেল ৰেজিমেণ্টত কৰ্মৰত হৈ আছে।